danewsplus.com
danewsplus.com

ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত কাৰ ফটো আপলোড কৰিলে

0 90

ৰাফাল যুদ্ধ বিমান ক্ৰয়ক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালকৈ দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত এখন বিশেষ ফটো আপলোড কৰে৷ ফটোখনক লৈ এতিয়া দেশজুৰি চৰ্চা৷ ফটোখনত এখন ৰাফেল বিমানৰ সৈতে এগৰাকী ব্যক্তিৰ দাড়িৰে সৈতে আধা মুখ দেখা গৈছে৷

ফটোখনৰ কেপশ্যনত ৰাহুল গান্ধীয়ে লিখিছে ‘চোৰ কী দাড়ি’৷ ফটোখনত থকা ব্যক্তিজন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে৷

Leave A Reply

Your email address will not be published.