danewsplus.com
danewsplus.com

চৰকাৰী কৰ্মচাৰীৰ বিদ্যুৎ মাচুল সন্দৰ্ভত কি কি নতুন ঘোষণা APDCL ৰ ?

0 98

চৰকাৰী কৰ্মচাৰীৰ বিদ্যুৎ মাচুল সন্দৰ্ভত APDCLৰ নতুন ঘোষণা।দিব লাগিব নিজৰ নামত যিকোনো ঠাইত থকা ঘৰৰ বিলৰ প্ৰতিলিপি।পিতৃ-মাতৃ, স্বামী-পত্নীৰ সৈতে থকাসকলে দিব লাগিব তেওঁলোকৰ বিল পৰিশোধৰ প্ৰতিলিপি।

তেনে কৰ্মচাৰীয়ে দিব লাগিব স্বঘোষিত পত্ৰ।ভাৰাঘৰত থকাসকলে মালিকৰ বিলৰ প্ৰতিলিপি দিলেও হ’ব।তেনে কৰ্মচাৰীয়েও দিব লাগিব স্বঘোষিত পত্ৰ।চৰকাৰী আৱাসত থকা, বিভাগে বিল পৰিশোধ কৰাসকলে প্ৰতিলিপি দিব নালাগে।তেনে কৰ্মচাৰীয়েও দিব লাগিব স্বঘোষিত পত্ৰ।

Leave A Reply

Your email address will not be published.