danewsplus.com
danewsplus.com

‘অহা ৫ বছৰত কৃষকৰ বাবে ৰূপায়ণ কৰা হ’ব কেইবাখনো আচনি’-কৃষিমন্ত্ৰী অতুল বৰা

0 124

আজিৰে পৰা সপ্তাহজোৰাকৈ আৰম্ভ হৈছে শস্য বীমা সজাগতা অভিযান ৷ গুৱাহাটীত কেইবাখনো বাহনৰ জৰিয়তে আৰম্ভ কৰা হৈছে এই সজাগতা দিৱস ৷ আজি এই বাহন উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

তেওঁ কয় যে ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰখনে কৃষিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিছে। আগন্তুক ৫ টা বছৰত বহু কেইখন আঁচনি কৃষক সকলৰ বাবে ৰূপায়ন কৰা হব।’

Leave A Reply

Your email address will not be published.