danewsplus.com
danewsplus.com

অচিৰেই মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ,দিল্লীত অমিত শ্বাহৰে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

0 118

অচিৰেই মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব। দিল্লীত অমিত শ্বাহৰে প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব । আজি দুপৰীয়া সম্প্ৰসাৰণ সন্দৰ্ভত চুড়ান্ত সিদ্ধান্তৰ সম্ভাৱনা। সৰ্বানন্দ সোণোৱালো অন্তৰ্ভূক্ত হ’ব মন্ত্ৰীসভাত।

সোণোৱালৰ লগতে কেইবাখনো নতুন মুখ অন্তৰ্ভুক্তৰ সম্ভাৱনা। সুশীল মোদী, বৈজয়ন্ত জয়পাণ্ডা, জ্যোতিৰাদিত্যৰ নাম চৰ্চাত। জুলাইৰ প্ৰথম সপ্তাহতে হ’ব শপতগ্ৰহণ।

Leave A Reply

Your email address will not be published.