danewsplus.com
danewsplus.com

ইউৰো কাপৰ পৰা বাহিৰ পৰ্তুগাল,বেলজিয়ামৰ হাতত ১-০ গ’লত পৰাস্ত পৰ্তুগাল

0 132

ইউৰো কাপৰ ডিফেণ্ডিং চেম্পিয়ন পৰ্তুগাল বাহিৰ হ’ল চলিত ইউৰো কাপৰ পৰা ৷ বেলজিয়ামৰ হাতত ১-০ গ’লৰ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ক্ৰিচিয়ানো ৰ’নাল্ডোৰ পৰ্তুগাল ৷

পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বেলজিয়ামে ৷ মেচখনত বেলজিয়ামৰ হৈ একমাত্ৰ গ’লটো দিয়ে থৰ্গান হাজাৰ্ডে ৷ অহা ২ জুলাইত মিউনিখত ইটালীৰ বিৰুদ্ধে যুঁজত নামিব বেলজিয়াম ৷

Leave A Reply

Your email address will not be published.