danewsplus.com
danewsplus.com

গুৱাহাটীৰ বামুণীমৈদাম ৰে’লৱে ক’লনীৰ কোৱাৰ্টাৰত খহি পৰিল চাঁদ

0 204

মহানগৰীৰ বামুণীমৈদাম ৰে’লৱে ক’লনীত সংঘটিত হৈছে অঘটন৷ ৰে’লৱে ক’লনীৰ কোৱাৰ্টাৰত চাঁদ খহি গুৰুতৰভাৱে আহত আৱাসী৷ ক’লনীৰ ৮০৯ G নম্বৰৰ কোৱাৰ্টাৰত এই অঘটন সংঘটিত হৈছে৷

জানিব পৰা অনুসৰি, ঘৰৰ চাঁদৰ অংশ খহি পৰাত আহত হয় অজন্তা শইকীয়া নামৰ মহিলাগৰাকী। ভাত বনাই থকা অৱস্থাত মূৰৰ ওপৰত খহি পৰে চাঁদৰ অংশ৷ আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অজন্তা শইকীয়াৰ স্বামী দেৱব্ৰত শইকীয়া পল্টনবজাৰ ৰে’ল ষ্টেচনত কৰ্মৰত৷

Leave A Reply

Your email address will not be published.