danewsplus.com
danewsplus.com

অসমত ক’ৰোনাৰ ফলত মৃত্যু হৈছে ৩৭ গৰাকী লোকৰ

0 98

অসমত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,৫২৩ গৰাকী লোক। এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ২.৭৬%। একেদৰে দেওবাৰে অসমত ক’ৰোনাত আক্ৰান্তসকলৰ ১৪৯গৰাকী কামৰূপ (মঃ) জিলাৰ।

ক’ভিডত নতুনকৈ মৃত্যু হৈছে ৩৭গৰাকী ৰোগীৰ। দেওবাৰে ৰাজ্যত ৫৫,১৩১ গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন হৈছে। দিনটোত সুস্থতাৰ হাৰ ৯৩.৬৯%।

Leave A Reply

Your email address will not be published.