danewsplus.com
danewsplus.com

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক এজন

0 83

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত মাৰণাস্ত্ৰসহ এজন যুৱক আটক। ধৃত যুৱকজনৰ নাম দিগন্ত সন্দিকৈ (৪১)।
নামতোলা আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া অভিযানত আটক যুৱকজন।

ধৃত যুৱকজনৰ পৰা এটা ৭ পইণ্ট ৬৫ আৰু পইণ্ট ২.২ পিষ্টলসহ চাৰি ৰাউণ্ড সজীব গুলী উদ্ধাৰ কৰা হৈছে। যুৱকজনৰ ঘৰ চৰাইদেউ জিলাৰ বাঁহবাৰীত বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.