danewsplus.com
danewsplus.com

শিলচৰত নিচাজাতীয় টেবলেটসহ প্ৰাক্তন সেনা জোৱানৰ লগতে ২ মিজো মহিলা আটক

0 116

শিলচৰত নিচাজাতীয় টেবলেটসহ আটক প্ৰাক্তন সেনা জোৱানৰ লগতে দুই মিজো মহিলা৷ আৰক্ষীৰ অভিযানত জব্দ ম্যানমাৰত প্ৰস্তুত কৰা ২ হাজাৰ টেবলেট ৷

গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে কাছাৰ আৰক্ষীৰ এটা দলে শিলচৰ চহৰৰ নিউ চিটি লজৰ এটা কোঠাত অভিযান চলাই ২ হাজাৰ ইয়াবা টেবলেটসহ এজন প্ৰাক্তন সেনা জোৱানৰ লগতে দুগৰাকী মিজো মহিলাক আটক কৰিবলৈ সক্ষম হয়৷ আটাইকেইজনৰ ঘৰ মিজোৰামৰ আইজলত৷

Leave A Reply

Your email address will not be published.