danewsplus.com
danewsplus.com

‘চিএম’-ৰ ২৩ টা ‘চীফ’ ঘোষণা

0 106
  1. পূৰ্বে মই কোৱা কথা ৰাজনৈতিক মন্তব্য আছিলঃ মুখ্যমন্ত্ৰী
  2. দুখীয়া আৰু আৰ্তজনৰ বাবে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই
  3. ‘১.২৫ লাখ টকাৰ ওপৰত ঋণ দিব নোৱাৰিব মাইক্ৰ’ফাইনেন্সে’
  4. ‘তেওঁলোকে ২ লাখ টকাপৰ্যন্ত ঋণ দিছিল গ্ৰাহকক’
  5. ‘সেই টকা তেওঁলোকে ৰেহাই দিব লাগিব’
  6. ‘৮ হাজাৰ ২৫০ কোটি টকাৰ সুত মাফ’
  7. টকা ঘূৰাই দিয়াসকলক চৰকাৰে দিব পুৰস্কাৰ
  8. ‘৩টা কেটেগ’ৰীত ঋণ মাফ কৰিব চৰকাৰে’
  9. ‘ৰেহাই লোৱাসকলে ভৱিষ্যতে নাপাব বেংকৰ ঋণ’
  10. মাইক্ৰ’ফাইনেন্সাৰসকলৰেও বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
  11. আন একাধিক সংস্থাৰেও মুখ্যমন্ত্ৰীৰ বৈঠক
  12. খানাপাৰা প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বৈঠক
  13. বৈঠকৰ অন্তত সংবাদমেল মুখ্যমন্ত্ৰীৰ
  14. SDG India Index ২০২০-২১ৰ সন্দৰ্ভত আলোচনা
  15. ২০১৮ৰ তুলনাত অসমৰ বৰ্তমান ভাল ফল
  16. ২০১৮ত পাইছিল ৪৯ নম্বৰ, ২০২১ বৰ্ষত পাইছে ৫৭ নম্বৰ
  17. নিতি আয়োগৰ সৈতে বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ
  18. অসমৰ মহিলা পুৰুষৰ আক্ৰোশৰ বলি হৈছে : নিতি আয়োগ
  19. ‘অসমৰ সকলো থানালৈ সকলো যাব পাৰে, সেয়েহে গোচৰ বেছি’
  20. NESACৰ সৈতেও বৈঠক মুখ্যমন্ত্ৰীৰ
  21. অসমৰ উন্নয়নত ছেটেলাইটৰ সহায় বিচাৰিছে চৰকাৰে
  22. সংবাদমেলত মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা
  23. ‘দুটাতকৈ অধিক সন্তান থকা দম্পতীয়ে নাপাব চৰকাৰী আঁচনিৰ সুবিধা’
Leave A Reply

Your email address will not be published.