danewsplus.com
danewsplus.com

মাদ্ৰাছা বন্ধ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

0 119

মাদ্ৰাছা বন্ধ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ লেখ আবেদনৰ ভিত্তিত ১৬ জুনত এটা গোচৰৰ শুনানি সম্পন্ন হয়৷ শুনানিকালত আদালতে গোচৰটো গুৰুত্বসহকাৰে লোৱাৰ লগতে শুনানিৰ বাবে দিন ধাৰ্য কৰিছে৷

মাদ্ৰাছা বন্ধ সম্পৰ্কত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ ৮ জুলাই আৰু পৰৱৰ্তী ১৬ জুলাইত নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই কথা জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ আৰ ভূঞাই৷

Leave A Reply

Your email address will not be published.