danewsplus.com
danewsplus.com

ক্ৰমাৎ উন্নত হৈছে দেশৰ ক’ভিড পৰিস্থিতি

0 77

ক্ৰমাৎ উন্নত হৈছে দেশৰ ক’ভিড পৰিস্থিতি । শুকুৰবাৰে দেশত ক’ভিডত আক্ৰান্ত ৮৪ হাজাৰ ৩৩২গৰাকীক’ভিডমুক্ত হৈ ঘৰলৈ উভতিল ১ লাখ ২১ হাজাৰ ৩১১গৰাকী।২৪ ঘণ্টাত ক’ৰোনাত মৃত্যু ৪ হাজাৰ ২ গৰাকীৰ। দেশত এইপৰ্যন্ত আক্ৰান্তৰ সংখ্যা ২ কোটি ৯৩ লাখ ৫৯ হাজাৰ ১৫৫গৰাকী।

আৰোগ্য লাভ কৰিছে ২ কোটি ৭৯ লাখ ১১ হাজাৰ ৩৮৪জনে।দেশত এইপৰ্যন্ত মৃত্যু হৈছে ৩ লাখ ৬৭ হাজাৰ ০৮১জনৰ।এইপৰ্যন্ত সক্ৰিয় ৰোগী ১০ লাখ ৮০ হাজাৰ ৬৯০জন।ভেকচিন দিয়া হৈছে ২৪ কোটি ৯৬ লাখ ৩০৪ জনক।

Leave A Reply

Your email address will not be published.