danewsplus.com
danewsplus.com

ভূত বাংলাত পৰিণত বিলাসীপাৰাৰ আই আই টি মহাবিদ্যালয়

0 153

ডিজিটেল ডেস্ক, ১০ জুন: ২০১৩ চনতে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চোটোগিৰাই গাঁৱত নিৰ্মাণ কৰা হৈছিল আই আই টি মহাবিদ্যালয়। ধুবুৰী জিলাৰ শিক্ষাৰ্থীসকলৰ কাৰণে আটক ধুনীয়াকৈ ৫ কোটি ২৮ হাজাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহাবিদ্যালয়খন আজিকোপতি মুকলি কৰা নহ’ল।

এই মহাবিদ্যালয়খনৰ লগতে সংলগ্ন কৰা হৈছিল শিক্ষকসকলৰ আবাস গৃহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ আবাস গৃহ । কিন্তু এইখিনিতেই স্তব্ধ হৈ পৰিল মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য। নতুন চৰকাৰলৈ ৰাইজৰ অনুৰোধ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই মহাবিদ্যালয়খন অতি সোনকালে মুকলি কৰি দিয়ে যেন।

Leave A Reply

Your email address will not be published.