danewsplus.com
danewsplus.com

[pj-news-ticker]

‘নাগিন’ ধাৰাবাহিকৰ অভিনেতা পাৰ্ল পুৰীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

0 162

জনপ্ৰিয় ‘নাগিন’ ধাৰাবাহিকৰ অভিনেতা পাৰ্ল পুৰীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ। এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় অভিনেতা পাৰ্ল পুৰীক। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাৰ্ল পুৰীক।

পুৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আৰু POCSO আইনৰ ধাৰা ৩৭৬ৰ অধীনত গোচৰ ৰুজু কৰে মুম্বাই আৰক্ষীয়ে। সম্প্ৰতি পাৰ্লক ভাচাই আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইফালে, পুৰীৰ সমৰ্থনত ‘নাগিন-৩’ৰ সহ-অভিনেত্ৰী অনিতা হাছনন্দিনীয়ে মন্তব্য আগবঢ়ায় কয় যে পুৰী এই ঘটনাৰে কোনোপধ্যে জড়িত নহয়।

Leave A Reply

Your email address will not be published.

[pj-news-ticker]