danewsplus.com
danewsplus.com

এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

0 121

এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ। ছেমিফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন অসম সন্তান শিৱ থাপাৰ। প্ৰতীদ্বন্দ্বী খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে শিৱ থাপা।

সোমবাৰে অনুষ্ঠিত হ’ব শিৱ থাপাৰ ফাইনেলখন খেল। শিৱথাপাৰ এইটো হ’ব পঞ্চমটো পদক। বৰ্তমান ডুবাইত চলি আছে এছিয়ান বক্সিং চেম্পিয়নশ্বীপ।

Leave A Reply

Your email address will not be published.