danewsplus.com
danewsplus.com

এতিয়াৰে পৰা অসমত কোনো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লগাব নোৱাৰিব নাম…

0 105

কলেজ, উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিত বাধা৷ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবেই এই সিদ্ধান্ত৷ শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশ৷ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষক৷

একাংশ শিক্ষানুষ্ঠানে আগতীয়াকৈ নামভৰ্তিৰ বাবে তৎপৰ হোৱাৰ সময়তেই শিক্ষা বিভাগৰ এই নিৰ্দেশনা৷ কোনো মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এতিয়া নোৱাৰিব নামভৰ্তি প্ৰক্ৰিয়া চলাব৷

Leave A Reply

Your email address will not be published.