danewsplus.com
danewsplus.com

নৱগ্ৰহত শীৰ্ঘেই পুনৰ আৰম্ভ হ’ব গেছচালিত শ্মশান

0 188

নৱগ্ৰহত শীৰ্ঘেই পুনৰ আৰম্ভ হ’ব গেছচালিত শ্মশান৷ ২০১২চনতেই মুকলি কৰা হৈছিল এই ব্যৱস্থা৷ অৱশ্যে মেৰামতিৰ অভাৱত বিকল হৈ আছিল এই ব্যৱস্থা৷ গুৱাহাটী ৰটাৰী ক্লাবৰ আৱেদনৰ ভিত্তিত GMC-য়ে পুনৰ কাৰ্যক্ষম কৰি তুলিব এই সেৱা৷

শ্মশানস্থলী পৰিদৰ্শন কৰাৰ পাছত ৰটাৰী ক্লাৱৰে আলোচনা কৰি এই আশ্বাস প্ৰদান কৰে GMCৰ আয়ুক্ত দেৱাশিষ শৰ্মাই৷ এই ব্যৱস্থা কাৰ্যক্ষম হ’লে কম মূল্যত আৰু কম সময়ৰ ভিতৰত সৎকাৰ কৰিব পৰা যাব মৃতদেহ৷ এটা মৃতদেহৰ সৎকাৰত প্ৰয়োজন হ’ব ২০ কেজি গেছ৷

Leave A Reply

Your email address will not be published.