danewsplus.com
danewsplus.com

GMCHৰ পৰা হেৰাল ক’ভিড ৰোগী…

0 264
  • GMCHৰ পৰা সন্ধানহীন ক’ভিড ৰোগী।
  • চবিন বৰ্মন নামৰ ৰোগীজন সন্ধানহীন।
  • যোৱা ২৫ মে’ৰ পৰা নিখোজ হৈ আছে চবিন।
  • চবিনক বিচাৰি পৰিয়ালৰ লোকৰ হাহাকাৰ।
  • ২৩  মে’ত GMCHত ভৰ্তি হৈছিল চবিন বৰ্মন।
  • ঘটনা সন্দৰভত ভঙাগড় থানাত এজাহাৰ দাখিল।
Leave A Reply

Your email address will not be published.