danewsplus.com
danewsplus.com

ৰাজ্যত ১৫দিনলৈ বন্ধ থাকিব ফেৰী সেৱা

0 56

শুকুৰবাৰৰ পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। আগন্তুক ১৫ দিনৰ বাবে বন্ধ থাকিব এই সেৱা।

চৰকাৰৰ নতুন SOP মতে আভ্যন্তৰীণ জল পৰিবহণৰ এই সিদ্ধান্ত। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ লগতে সমগ্র ৰাজ্যতে বলবৎ এই নিৰ্দেশনা।

Leave A Reply

Your email address will not be published.