danewsplus.com
danewsplus.com

বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,৫৯,৫৯১

0 67

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,৫৯,৫৯১। বৃহস্পতিবাৰে দেশত ৪,২০৯ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৫৭,২৯৫গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৬০,৩১,৯৯১ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,২৭,১২,৭৩৫ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৯১,৩৩১গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩০,২৭,৯২৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.