danewsplus.com
danewsplus.com

মঙলবাৰে দেশত আক্ৰান্ত ২,৬৭,৩৩৪ গৰাকী

0 88

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,৬৭,৩৩৪। মঙলবাৰে দেশত ৪,৫২৯ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৮৯,৮৫১গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৫৪,৯৬,৩৩০ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,১৯,৮৬,৩৬৩গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৮৩,২৪৮গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩২,২৬,৭১৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.