danewsplus.com
danewsplus.com

বিলাসীপাৰাত ডকাইতে প্ৰাণ ল’লে স্বামী-স্ত্ৰীৰ

0 81

ধুবুৰী: ধুবুৰীৰ বিলাসীপাৰাত লোমহৰ্ষক ডকাইতি কাণ্ড৷ কণমানি পুত্ৰৰ সন্মুখতে হত্যা এহাল দম্পতীক৷ মৃত দম্পতীহাল জাকিৰ হুছেইন আৰু আচমা বেগম।

দম্পতীহালক হত্যা কৰি নগদ ধনসহ সোণ-ৰূপৰ অলংকাৰ লুট৷ বিলাসীপাৰাৰ লক্ষীগঞ্জৰ পাইকানডাৰা ২য় খণ্ড গাঁৱত নিশা সংঘটিত হৈছে এই ঘটনাটো৷ ডকাইতৰ হাতত প্ৰাণ হেৰুওৱা জাকিৰ হুছেইন পেচাত শিক্ষক৷ তেওঁৰ পত্নী আচমা বেগম আছিল নাৰ্ছ৷ আৰক্ষীয়ে বৰ্তমান এই ঘটনাৰ তদন্ত কৰি আছে৷

Leave A Reply

Your email address will not be published.