danewsplus.com
danewsplus.com

আলফাৰ জিম্মাতে আছে ৰিতুল শইকীয়া

0 100
  • আলফাৰ জিম্মাতে আছে ৰিতুল শইকীয়া৷
  • সংবাদ মাধ্যমক জনালে পৰেশ বৰুৱাই৷
  • ONGCৰ লগত কথা পাতি মুকলি কৰা হ’ব ৰিতুলক৷
  • ৰিতুলৰ পত্নীক চিন্তা নকৰিবলৈও ক’লে পৰেশ বৰুৱাই৷
  • ৰিতুলৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতে আলফাৰ এই ঘোষণা৷
  • মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল শীঘ্ৰে মুক্তি পাব ৰিতুলে৷
  • আলফাৰ জিম্মাতে সুস্থ শৰীৰে আছে ৰিতুল শইকীয়া৷
Leave A Reply

Your email address will not be published.