danewsplus.com
danewsplus.com

শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়াত

0 142
  • অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়াত।
  • ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • কিছু সময় পূৰ্বে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • সাউকুচিৰ Premier Cryogenics Ltd-ৰ অক্সিজেন প্লাণ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত।
  • অক্সিজেন প্লাণ্টটোৰ শেহতীয়া উৎপাদন সন্দৰ্ভত বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • দৈনিক ৪০ মেট্ৰিক টন উৎপাদন ক্ষমতা আছে প্লাণ্টটোৰ।
  • প্লাণ্টটোৰ দুটা ইউনিটৰ এটা সম্পূৰ্ণ কাৰ্যক্ষম হৈ আছে।
  • দ্বিতীয়টো ইউনিটৰো উৎপাদন শীঘ্ৰে আৰম্ভ হ’ব।
  • প্ৰতিদিনে অসমত প্ৰয়োজন ৭০ মেট্ৰিক টন অক্সিজেনৰ।
  • কিন্তু বৰ্তমান উৎপাদন হৈ আছে ৮০ মেট্ৰিক টন।
  • কণ্টেইনমেণ্ট জ’ন আৰু মিনি লকডাউনৰ পৰা যথেষ্ট ক’ভিড নিয়ন্ত্ৰণ হৈছে।
Leave A Reply

Your email address will not be published.