danewsplus.com
danewsplus.com

দেওবাৰে দেশত আক্ৰান্ত ২,৮১,৩৮৬ গৰাকী

0 58

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,৮১,৩৮৬। দেওবাৰে দেশত ৪,১০৬ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৭৮,৭৪১গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৪৯,৬৫,৪৬৩ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,১১,৭৪,০৭৬গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৭৪,৩৯০গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৫,১৬,৯৯৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.