danewsplus.com
danewsplus.com

বিতৰ্কত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

0 192

ক্ষমতালৈ অহাৰ পিছত প্ৰথমবাৰলৈ বিতৰ্কত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন৷ এটা টুইটক লৈ বিতৰ্কিৰ আৱৰ্তত সোমাই পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন৷ মাস্ক পৰিধান সংক্ৰান্তত বাইডেনে কৰিছিল টুইটটো৷

আমেৰিকাৰ Centre for Disease Controlৰ উদ্ধৃতি দি বাইডেনে টুইটটোত লিখিছিল ভেকচিন ড’জ সম্পূৰ্ণ হোৱা দেশখনৰ নাগৰিকসকলে মাস্ক পৰিধান কৰাৰ আৰু দৰকাৰ নাই৷

বিশ্ব শ্বাস্থ্য সংস্থাই যিসময়ত বাৰে বাৰে ঘোষণা কৰিছে যে প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ হ’লেও মাস্ক পৰিধান কৰাতো বাধ্যতামূলক৷ কিন্তু বাইডেনৰ এই মন্তব্যৰ পিছত ছ’চিয়েল মিডিয়াত দেশখনৰে একাংশ নাগৰিকতৰ প্ৰশ্ন৷ বিশ্ব শ্বাস্থ্য সংস্থাই কয় এটা, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় আন এটা কথা৷ আমি কাৰ কথা শুনিম?

Leave A Reply

Your email address will not be published.