danewsplus.com
danewsplus.com

শুকুৰবাৰে ক’ৰোনাৰ ফলত ৭৬ গৰাকী লোকৰ মৃত্যু

0 111
  • ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি।
  • শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৯.২৬%।
  • ৪৪,০৫৭গৰাকীৰ শুকুৰবাৰে ক’ভিড পৰীক্ষা সম্পন্ন হয়।
  • বৃহস্পতিবাৰে আক্ৰান্তৰ হাৰ আছিল ৯.১৮%।
  • নতুনকৈ শুকুৰবাৰে ক’ৰোনাত আক্ৰান্ত হৈছে ৪,০৭৮ জন।
  • ইফালে মুঠ শুকুৰবাৰে মৃত্যু হৈছে ৭৬গৰাকী লোক।
  • কামৰূপ মহানগৰত নতুনকৈ আক্ৰান্ত হৈছে ১,১০৭ জন লোক।
Leave A Reply

Your email address will not be published.