danewsplus.com
danewsplus.com

দেশত বুধবাৰে আক্ৰান্ত ৩,৬২,৭২৭গৰাকী

0 53

গুৱাহাটী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৬২,৭২৭। বুধবাৰৰ দিনটোত ৪,১২০ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৫২,১৮১গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৩৭,০৩,৬৬৫গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৯৭,৩৪,৮২৩ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৫৮,৩১৭ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৭,১০,৫২৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.