danewsplus.com
danewsplus.com

কালিৰ দিনটোত দেশত আক্ৰান্ত ৩,২৯,৯৪২জন

0 44

গুৱাহাটী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,২৯,৯৪২। সোমবাৰৰ দিনটোত ৩,৮৭৬গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৫৬,০৮২ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,২৯,৯২,৫১৭গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৯০,২৭,৩০৪ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৪৯,৯৯২ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৭,১৫,২২১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.