danewsplus.com
danewsplus.com

দেশত ৰোধ হোৱা নাই ক’ৰোনা সংক্ৰমণ

0 58

দেশত ক’ৰোনাৰ সংহাৰ অব্যাহত৷ দেওবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৩,৬৬,১৬১৷ মৃত্যু ঘটিছে ৩,৭৫৪গৰাকীৰ৷ সুস্থ হৈ উঠিছে ৩,৫৩,৮১৮গৰাকী লোক৷

বৰ্তমানলৈ ২,২৬,৬২,৫৭৫গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ১,৮৬,৭১,২২২গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৪৬,১১৬গৰাকী লোকৰ মৃত্যু ঘটিছে৷

Leave A Reply

Your email address will not be published.