danewsplus.com
danewsplus.com

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সৰ্বা-হিমন্তক দিল্লীলৈ তলব

0 92

হাইকমাণ্ডৰ তলব পাই দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এখন চাৰ্টাৰ্ড বিমানেৰে দিল্লীলৈ যাব দুয়োগৰাকী নেতা।

জে পি নাড্ডাৰ বাসগৃহত জৰুৰী বৈঠকত উপস্থিত হ’ব। পুৱা ১০ বজাত দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে হাইকমাণ্ডে। দুয়োকে সন্মুখত ৰাখি কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম।

Leave A Reply

Your email address will not be published.