danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে ৰাজ্যত ৪৬জন ক’ৰোনা আক্ৰান্তৰ মৃত্যু

0 56

গুৱাহাটী: ৰাজ্যত ভয়াৱহ হাৰত ক’ৰোনাৰ সংক্ৰমণ। ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ মৃত্যু হৈছে ৪৬জন লোকৰ। ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৪,৯৩৬জন। আক্ৰান্তসকলৰ ভিতৰত ১,৩৫৩জন কামৰূপ মেট্ৰ’ৰ।

বৃহস্পতিবাৰে ৰাজ্যত ৬১,৩৭৭জনৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। ২৪ ঘণ্টাত পজিটিভিটী হাৰ ৮.০৪ শতাংশ।
বৃহস্পতিবাৰে ক’ৰোনামুক্তৰ হাৰ ৮৭.৫০%।

Leave A Reply

Your email address will not be published.