danewsplus.com
danewsplus.com

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে এম কে ষ্টেলিনে

0 66

চেন্নাই: তামিলনডুত নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে DMKৰ মুৰব্বী এম কে ষ্টেলিনে৷ চেন্নাইত ৰাজভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱাই ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতে৷

প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে ষ্টেলিন৷ মুখ্যমন্ত্ৰীৰ উপৰি গৃহমন্ত্ৰী হিচাপেও শপত লয় এম কে ষ্টেলিনে৷ আন কেইবাটাও দপ্তৰৰ দায়িত্ব নিজৰ হাতত ৰাখিব ষ্টেলিনে৷ ষ্টেলিনৰ লগতে আন ৩৩জন মন্ত্ৰীয়েও আজি শপত লয়৷

Leave A Reply

Your email address will not be published.