danewsplus.com
danewsplus.com

ক’ৰোনাত আক্ৰান্ত হৈ কেৰেলাত মেৰাপানীৰ এজন ব্যক্তিৰ মৃত্যু

0 105

ক’ৰোনাত আক্ৰান্ত হৈ ইজনৰ পিছত সিজন অসমৰ লোকে বহিঃৰাজ্যত প্ৰাণ হেৰুৱাইছে। এইবাৰ কেৰেলাত মেৰাপানীৰ এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে। নিহত লোকজনৰ নাম মহন সিং(৪৫)।

কেৰেলাৰ কটেন জিলাত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল লোকজন। চিকিৎসাৰ অভাৱতে ব্যক্তিজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ তৰফৰ পৰা সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.