danewsplus.com
danewsplus.com

বিশ্বনাথ চাৰিআলি জিলাত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু…

0 91

বিশ্বনাথ চাৰিআলি নগৰৰ প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু। বৃহস্পতিবাৰে দুপৰীয়া তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় বিশ্বনাথৰ মধ্যমপাৰাৰ ননী গোপাল ঘোষ(৬৭) নামৰ লোকজনৰ।

উল্লেখ্য যে, বুধবাৰে বিশ্বনাথৰ পৰা তেজপুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল লোকজনক। ব্যক্তিগৰাকীৰ মৃত্যুক লৈ বিশ্বনাথ জিলাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি দুজনলৈ বৃদ্ধি।

Leave A Reply

Your email address will not be published.