danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত এনকাউণ্টাৰ:নিহত ৩ সন্ত্ৰাসবাদী

0 60

জম্মু-কাশ্মীৰ: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত নিহত হৈছে ৩টা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। আত্মসমৰ্পণ কৰিছে এটা সন্ত্ৰাসবাদীয়ে। ছপিয়াঁৰ কানিগামত সংঘটিত হৈছে ঘটনা।

Leave A Reply

Your email address will not be published.