danewsplus.com
danewsplus.com

গহপুৰ আৰক্ষীৰ জালত গঁড় চিকাৰী

0 65

গহপুৰ: গহপুৰত আটক ২ দুৰ্ধৰ্ষ গঁড় চিকাৰী। চিকাৰী দুটাক আটক কৰে গহপুৰ আৰক্ষীয়ে। ৰজাবাৰী, ধলপুৰ-জামুগুৰিৰ পৰা আটক চিকাৰী ২টা। আটকাঝীন চিকাৰী দুটাৰ বিৰুদ্ধে বোকাখাতৰ গঁড় হত্যাত জড়িত থকাৰ অভিযোগ। চিকাৰী দুটাৰ পৰা জব্দ কৰা হৈছে AK-56সহ ৫ জাঁই সক্ৰিয় গুলী। চিকাৰী ২টা ৰাজু কুটুম আৰু ৰঞ্জিত চাৰক।

Leave A Reply

Your email address will not be published.