danewsplus.com
danewsplus.com

কাইলৈ ৰাজ্যত ভোটগণনা

0 66

গুৱাহাটী: কাইলৈ অন্ত পৰিব উৎকণ্ঠাৰ। ২ মে’ৰ পুৱা ৮ বজাৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ’ব ভোটগণনা। প্ৰথমে পোষ্টেল বেলটৰ গণনা সম্পন্ন কৰা হ’ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগণনা কক্ষত ১৮জন এজেণ্ট থাকিব পাৰিব এজন প্ৰাৰ্থীৰ বিপৰীতে। ভোটগণনাৰ পূৰ্বে এজেণ্টসকলে কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট জমা দিব লাগিব।

Leave A Reply

Your email address will not be published.