danewsplus.com
danewsplus.com

ক’ৰোনাত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী

0 45

ৰাজস্থান: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অসোক গেহলট আক্ৰান্ত হৈছে মহামাৰী ক’ৰোনাত। টুইটাৰযোগে এই কথা সদৰী কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ বৰ্তমান আইশ্ব’লেশ্যনত আছে গেহলট।

Leave A Reply

Your email address will not be published.