danewsplus.com
danewsplus.com

দেশত নতুনকৈ আক্ৰান্ত ৩,৬০,৯৬০গৰাকী

0 70

দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৬০,৯৬০। কালিৰ দিনটোত ৩২৯৩ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২,৬১,১৬২ গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৭৯,৯৭,২৬৭গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৪৮,১৭,৩৭১ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ১,৯৭,৮৯৪ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ২৯,৭৮,৭০৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.