danewsplus.com
danewsplus.com

ডিব্ৰুগড়ত অগ্নিকাণ্ড

0 88

ডিব্ৰুগড়: ডিব্ৰুগড়ৰ চানমাৰি ঘাটত নিশা বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৬টা বাসগৃহসহ এখন দোকান ভস্মীভূত। ৰাজু সিং নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় ঘটনাটো। মমবাতিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপন।

Leave A Reply

Your email address will not be published.