danewsplus.com
danewsplus.com

দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ

0 99

দিল্লী: দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ এন. ভি. ৰমণে। ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰে ন্যায়াধীশগৰাকীয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। উল্লেখ্য যে, ২৩ এপ্ৰিলত অৱসৰ লৈছে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ. এ. বোবডে।

Leave A Reply

Your email address will not be published.