danewsplus.com
danewsplus.com

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

0 65

যোৰহাট: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি। স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহা লোক এজনে চিকিৎসকক প্ৰহাৰ কৰাক লৈ উত্তেজনাই বিৰাজ কৰে চিকিৎসা মহাবিদ্যালয়খনত। স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহা লোকজনৰ নাম অম্লানজ্যোতি দাস। অম্লানজ্যোতি দাস সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অম্লানজ্যোতিক।

Leave A Reply

Your email address will not be published.