danewsplus.com
danewsplus.com

১৫ দিনলৈ প্ৰতিবাদত বাধা কৰ্ণাটক চৰকাৰৰ

0 54

কৰ্ণাটক চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আগন্তুক ১৫ দিনলৈ সকলো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ ৰখাৰ নিৰ্দেশ।

ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ৰাজ্যখনত লকডাউন নহয় বুলি স্পষ্ট কৰিছে চৰকাৰে।

Leave A Reply

Your email address will not be published.