danewsplus.com
danewsplus.com

নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ গুৰুতৰভাৱে অসুস্থ

0 57

নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ গুৰুতৰভাৱে অসুস্থ। গ’ল্ড ব্লাডৰ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ নেতাগৰাকী। NCPৰ মুখপাত্ৰ নবাব মালিকে এক টুইটযোগে এই কথা সদৰি কৰে।

৩১ মাৰ্চত নেতাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। পেটৰ বিষৰ বাবে মুম্বাইৰ ব্ৰীচকান্দি হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত পৰীক্ষা কৰাৰ অন্তত তেওঁৰ গ’ল্ড ব্লাডাৰ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.