danewsplus.com
danewsplus.com

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ গুৰুতৰভাৱে অসুস্থ

0 58

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ গুৰুতৰভাৱে অসুস্থ। প্ৰেচাৰ ষ্ট্ৰ’কত আক্ৰান্ত লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত।

মাতৃৰ অসুস্থতাৰ বাবে লুৰিণে সোমবাৰৰ সকলো কাৰ্যসূচী প্ৰত্যাহাৰ কৰি ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে।

এইপৰ্যন্ত সংজ্ঞাহীন অৱস্থাতে আছে লুৰিণৰ মাতৃ।

Leave A Reply

Your email address will not be published.