অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
- অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
- কৰ্মচাৰী-শিক্ষকলৈ বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ
- সীমাহীন চিকিৎসা মূল্য প্ৰদান কৰা হ’ব শিক্ষক-কৰ্মচাৰীক
- চৰকাৰী পেঞ্চনাৰসকলোকো সামৰি লোৱা হ’ব এই আঁচনিত
- আঁচনিত সাঙুৰি লোৱা হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো
- লোকসেৱা আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা
- আঁচনি লাভ কৰিবলৈ প্ৰথমে পঞ্জীয়ন কৰিব লাগিব
- ইতিমধ্যে আৰম্ভ হৈছে অনলাইন পঞ্জীয়নৰ কাম
- নিজৰ-নিজৰ বিভাগত শীঘ্ৰেই খবৰ কৰক
- প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়কৰ দৰেই কৰ্মচাৰী-শিক্ষকে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য বীমা