এইবাৰ এয়াৰ ইণ্ডিয়াৰ বাবে টাটা গ্ৰুপে ক্ৰয় কৰিব ২৫০খন বিমান

  • ভাৰতৰ বিমানসেৱাত নতুন সংযোজন
  • টাটা গ্ৰুপে ক্ৰয় কৰিব ২৫০খন বিমান
  • এয়াৰ ইণ্ডিয়াৰ বাবে ক্ৰয় কৰিব ২৫০খন বাণিজ্যিক বিমান
  • ইয়াৰে ৪০খন বিমান হ’ব বৃহৎ আকাৰৰ
  • টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ এই ঘোষণা
  • এয়াৰবাছৰ ২৫০খন বিমান ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই
  • ৪০খন A350 বিমান ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই
  • ২১০খন মজলীয়া আকাৰৰ বিমানো কৰিব ক্ৰয়
  • এৰ’ ইণ্ডিয়াৰ প্ৰদৰ্শনীৰ মাজতে এই চুক্তি ফ্ৰান্সৰে
  • ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভিডিঅ’ কনফাৰেন্সযোগে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
Air IndiaDA News PlusFlightTata
Comments (0)
Add Comment