দিল্লীত পুনৰ ফ্ৰীজৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ

  • ৰাজধানী নতুন দিল্লীত পুনৰ শ্ৰদ্ধাকাণ্ড
  • পুনৰ ফ্ৰীজৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ
  • দিল্লীৰ বাবা হৰিদাস নগৰত এই চাঞ্চল্যকৰ ঘটনা
  • এখন ধাবাত ফ্ৰীজৰ ভিতৰত উদ্ধাৰ মৃতদেহটো
  • গোপন সূত্ৰৰ ভিত্তিত দিল্লী আৰক্ষীৰ অভিযান
  • ধাবাৰ মালিকে হত্যা কৰি ভৰাই ৰখাৰ সন্দেহ
  • হত্যাকাৰী ধাবাৰ মালিকৰ নাম ছাহিল গেহলট
  • প্ৰেমৰ বাবে মহিলাগৰাকীক হত্যাৰ সন্দেহ
  • নিহত ২৬ বছৰীয়া মহিলাগৰাকী দিল্লীৰ উত্তম নগৰৰ বাসিন্দা
  • ধাবাৰ মালিকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত আৰক্ষীৰ
Breaking NewsDA News PlusDelhi
Comments (0)
Add Comment