১৫ ফেব্ৰুৱাৰীৰ পৰা CBSEৰ দশম-দ্বাদশৰ পৰীক্ষা

  • ১৫ ফেব্ৰুৱাৰীৰ পৰা CBSEৰ দশম-দ্বাদশৰ পৰীক্ষা
  • দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সমাপ্ত হ’ব ৫ এপ্ৰিলত
  • দশম মানৰ পৰীক্ষা অন্ত পৰিব ২১ মাৰ্চত
  • দেশৰ আৰু ২৬খন বিদেশী ৰাষ্ট্ৰৰ ৭,২৫০টা কেন্দ্ৰত হ’ব পৰীক্ষা
  • ইতিমধ্যে পৰীক্ষাৰ গাইডলাইন আৰু জাননী জাৰি CBSEৰ
  • পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩৮ লাখ ৮৩ হাজাৰ ৭১০ গৰাকী
  • ২১ লাখ ৮৬ হাজাৰ ৯৪০ জন দশমৰ পৰীক্ষাৰ্থী
  • দ্বাদশৰ পৰীক্ষাৰ্থীৰ সংখ্যা ১৬ লাখ ৯৬ হাজাৰ ৭৭০ গৰাকী
CBSEDA News PlusExam
Comments (0)
Add Comment